ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন/২০২১

This is an archived version of this page, as edited by FuzzyBot (talk | contribs) at 00:40, 23 July 2021 (Updating to match new version of source page). It may differ significantly from the current version.

The election ended ৩১ আগষ্ট ২০২১. No more votes will be accepted.
The results were announced on ৭ ছেপ্টেম্বৰ ২০২১. Please consider submitting any feedback regarding the 2021 election on the elections' post analysis page.

২০২১ৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নি্বাচন ৪ আগষ্ট ২০২১ৰ পৰা ১৭ আগষ্ট ২০২১লৈ অনুষ্ঠিত হ'ব। ৱিকিমিডিয়া সম্প্ৰদায়ৰ সদস্যসকলে তিনিবছৰীয়া কাৰ্যকালৰ বাবে চাৰিজন প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰিব। প্ৰাৰ্থীৰ মনোনয়ন দাখিল ২৯ জুন ২০২১-ত সমাপ্ত হয়।

2021 Board Elections
Main Page
Candidates
Voting information
Single Transferable Vote
Results
Discussions
FAQ
Questions
Organization
Translation
Documentation
This box: view · talk · edit

টেলিগ্ৰামত বোৰ্ড নিৰ্বাচনৰ বাৰ্তালাপত অংশগ্ৰহণ কৰক।

সময়ৰেখা

 
বোৰ্ড অফ ষ্ট্ৰাষ্টীজ নিৰ্বাচনৰ সময়ৰেখা

সুবিধা-সেৱাদলে সময়ৰেখাৰ এটা গ্ৰাফিক প্ৰস্তুত কৰিছে। নিৰ্বাচন সম্পৰ্কীয় খা-খবৰ বিনিময় কৰোঁতে ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। এই গ্ৰাফিক বহু কেইটা ভাষাত উপলব্ধ।

প্ৰচাৰ কৰ্মসূচী

এয়া প্ৰচাৰৰ সময়ছোৱাৰৰ বাবে পৰিকল্পনা কৰা এখন কৰ্মসূচী। আৰু কিছু কৰ্মসূচী তৈয়াৰ কৰি থকা হৈছে। এই তালিকা নিৰন্তৰভাবে আপডেট কৰি থকা হ'ব। ৱিকি সম্প্ৰদায়ৰ সদস্যসকলক তালিকাৰ তলৰ ফালে অতিৰিক্ত কৰ্মসূচী সংযোগ কৰিবলৈ আহ্বান কৰা হৈছে। যদি আপুনি নতুন কৰ্মসূচী সংযোগ কৰে তেন্তে অনুগ্ৰহ কৰি সেই পৃষ্ঠাটো সংলগ্ন কৰি দিব, য'ত সম্প্ৰদায়ৰ সদস্যসকলে অধিক তথ্য লাভ কৰিব।

During this conversation the facilitation team will answer questions candidates may have.

ভোটদান সম্পৰ্কীয় সূচনা

একক হস্তান্তৰযোগ্য ভোটদান পদ্ধতি নিৰ্বাচনত প্ৰয়োগ কৰা হ'ব।

ভোটাৰৰ বাবে প্ৰয়োজনীয় অৰ্হতা

সম্পাদক

ৱিকিমিডিয়া ৱিকিৰ আপোনাৰ যিকোনো এটা পঞ্জীভূক্ত একাউণ্টৰ পৰা ভোটদান কৰিব পাৰিব। আপোনাৰ যিমান একাউণ্ট নাথাকিলেও আপুনি মাত্ৰ এটাহে ভোট দিব পাৰিব। এটা একাউণ্ট যোগ্যতাসম্পন্ন হ'বলৈ নিম্নোক্ত চৰ্তাৱলী পূৰণ কৰিব লাগিব:

  • এটাতকৈ অধিক প্ৰকল্পত ব্লক হৈ থাকিব নোৱাৰিব;
  • আৰু ব'ট হব নোৱাৰিব;
  • আৰু ৫ জুলাই ২০২১-ৰ পূৰ্বে ৱিকিমিডিয়া ৱিকিত কমপক্ষেও ৩০০টা সম্পাদনা কৰিব লাগিব;
  • ৫ জানুৱাৰী ২০২১ আৰু ৫ জুলাই ২০২১-ৰ ভিতৰত কমপক্ষেও ২০টা সম্পাদনা কৰিব লাগিব।

একাউণ্ট_এলিজিবিলিটি সঁজুলিৰ সহায়ত সম্পাদকসকলৰ ভোট দিয়া যোগ্যতা সম্পৰ্কে খৰতকীয়াকৈ পৰীক্ষা কৰি চাব পাৰিব।


Developers

Developers qualify to vote if they:

Main criteria
  • are Wikimedia server administrators with shell access
  • or have made at least one merged commit to any Wikimedia repos on Gerrit, between 5 January 2021 and 5 July 2021.
Additional criteria
Additional criteria for developers and contributors to Wikimedia technical spaces.
  • or have made at least one merged commit to any repo in nonwmf-extensions or nonwmf-skins, between 5 January 2021 and 5 July 2021.
  • or have made at least one merged commit to any Wikimedia tool repo (for example magnustools) between 5 January 2021 and 5 July 2021.
  • or have made at least 300 edits before 5 July 2021, and 20 edits between 5 January 2021 and 5 July 2021, on Translatewiki.
  • or maintainers/contributors of any tools, bots, user scripts, gadgets, and Lua modules on Wikimedia wikis.
  • or have substantially engaged in the design and/or review processes of technical development related to Wikimedia.
  • Note: If you meet the main criteria, you will be able to vote immediately. Due to the technical limitations of SecurePoll, people who meet the additional criteria may not be able to directly vote, unless they meet any of the other criteria. If you think you meet the additional criteria, please email board-elections wikimedia.org with the reasoning at least four days before the last date for voting i.e. on or before August 13, 2021. If you meet the criteria, we will add you to a manual list, to be able to vote.

Wikimedia Foundation staff and contractors

Current Wikimedia Foundation staff and contractors qualify to vote if they have been employed by the Foundation as of 5 July 2021.

Wikimedia movement affiliates’ staff and contractors

Current Wikimedia Chapter, thematic organization or user group staff and contractors qualify to vote if they have been employed by their organization as of 5 July 2021.

Wikimedia Foundation board members, Advisory board members, FDC committee members

Current and former members of the Wikimedia Foundation Board of Trustees, the Wikimedia Foundation Advisory Board and the Funds Dissemination Committee are qualified to vote.

প্ৰাৰ্থীসকললৈ সূচনা

২০২১ৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্ট ২০২১ৰ পৰা ১৭ আগষ্ট ২০২১লৈ অনুষ্ঠিত হ'ব। ৱিকিমিডিয়া সম্প্ৰদায়ৰ সদস্যসকলে তিনিবছৰীয়া কাৰ্যকালৰ বাবে চাৰিজন প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰিছে। প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল ইতিমধ্যে ২৯ জুন ২০২১ত সমাপ্ত হৈছে।

জন-সংযোগ

পূৰ্বৰ নিৰ্বাচনত বিশ্বব্যাপী ভোটদানৰ হাৰ আছিল প্ৰায় ১০ শতাংশ। যিবোৰ ৱিকি-সম্প্ৰদায়ত নিৰ্বাচনী স্বেচ্ছাসেৱকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, সেইবোৰ সম্প্ৰদায়ৰ ভোটদানৰ হাৰ সন্তোষজনক আছিল। কিছুমান সম্প্ৰদায়ৰ ভোটদানৰ হাৰ ২০ শতাংশলৈকে গৈছিল।

নিৰ্বাচনী স্বেচ্ছাসেৱক

আপোনাৰ সম্প্ৰদায়ৰ ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ আপুনি সহায়ৰ হাত আগবঢ়াব বিচাৰে নেকি? এই ক্ষেত্ৰত আপোনাৰ পূৰ্ব-অভিজ্ঞতাৰ কোনো প্ৰয়োজন নাই।নিৰ্বাচনী স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ সম্প্ৰদায় মাজত বোৰ্ড নিৰ্বাচন সংক্ৰান্তীয় প্ৰচাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। সকলো ৱিকি প্ৰকল্পৰ স্বেচ্ছাসেৱকসকললৈ আদৰণি! শীৰ্ষৰ ৩০টা ৱিকি প্ৰকল্পৰ পৰা উপযুক্ত ভোটাৰসকলৰ বাবে অন্ততঃ এজনকৈ যাতে স্বেচ্ছাসেৱক থাকে, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। আপোনাৰ সম্প্ৰদায়ক নিৰ্বাচনত জড়িত কৰি অধিক বিবিধতা সম্পন্ন আৰু অধিক ভালকৈ কাৰ্য সম্পাদন কৰিব পৰা 'বোৰ্ড অফ ষ্ট্ৰাষ্টীজ' গঠন কৰাত সহায় কৰক।

বাৰ্তালাপ

There are many conversations happening around the world about the Board of Trustees selection. Come join the conversations!

Telegram Board Selection chat
The Board election facilitation team will share announcements and updates here.
দক্ষিণ এছিয়াৰ নিৰ্বাচনী স্বেচ্ছাসেৱক
Add link here so others may join the conversation

দল

নিৰ্বাচন সমিতি
AbhiSuryawanshi
Carlojoseph14
HakanIST
KTC
Mardetanha
Masssly
Matanya
Ruslik0
সুবিধা-সেৱা দল
Quim Gil- সমন্বয়ক
Xeno: English communities and Meta-Wiki
Jackie Koerner: English communities and Meta-Wiki
Civvi: Italian communities
Maciej Nadzikiewicz: Polish communities
Mahuton Possoupe: French communities
Oscar Costero: Spanish communities and the Latin America region
Denis Barthel: German communities and North-Western European region
Mehman Ibragimov: Russian communities and Central and Eastern Europe region
Ravan Al-Taie: Arabic communities and Middle East region
Mervat Salman: Arabic communities and Middle East region
Zita Zage: Sub-Saharan African region
Sam Oyeyele: Yoruban communities and West Africa region
Krishna C. Velaga: South Asian region
Youngjin Ko: Korean communities and East Asia region
Ramzy Muliawan: Indonesian communities and Southeast Asia and the Pacific region


প্ৰেক্ষাপট

বোৰ্ড অফ ট্ৰাষ্টীজৰ তিনিজন কমিউনিটি ট্ৰাষ্টীৰ নিৰ্বাচন ২০২০ চনত হোৱাৰ কথা আছিল যদিও ২০২০ৰ এপ্ৰিলত নিৰ্বাচন প্ৰক্ৰিয়া পিছুৱাই দিয়াৰ ঘোষনা কৰা হয়। ২০২১ৰ এপ্ৰিলত বোৰ্ড অফ ট্ৰাষ্টীজে ২০২১ চনৰ বোৰ্ড নিৰ্বাচনৰ পৰিকল্পনাৰ কথা অৱগত কৰে। বোৰ্ডে নিৰ্বাচনত বৈচিত্ৰ আৰু অংশগ্ৰহণ বৃ্দ্ধিৰ পোষকতা কৰে।

ৱিকিমিডিয়া ফাউণ্ডেচনৰ ক্ৰমবৰ্ধমান কৰ্মসূচী আৰু বিশেষজ্ঞতাৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি হোৱা হেতুকে ফাউঁণ্ডেচনক সঠিক গতি দিবলৈ বোৰ্ডৰ আসনৰ সংখ্যা ১৬খনলৈ বৃদ্ধি কৰা হৈছে। এই সম্প্ৰসাৰণ এটা বাহ্যিক প্ৰশাসনীয় সমীক্ষাৰ অনুমোদনৰ আধাৰত কৰা হৈছে।

  • ৩খন নতুন 'সম্প্ৰদায়-আৰু-অধিভূক্ত' নিৰ্বাচিত আসন
  • ৩খন বোৰ্ডৰ দ্বাৰা নিৰ্বাচিত আসন

২০২১ চনত ৪খন আসনৰ বাবে নিৰ্বাচন হ'ব; ইয়াৰে ৩খন পুনঃনবীকৰণ কৰিবলগীয়া আসন আৰু ৪ৰ্থখন বোৰ্ড সম্প্ৰসাৰণৰ অনুমোদনৰ ভিত্তিত ন-কৈ সৃষ্টি কৰা আসন। ন-কৈ সৃষ্টি কৰা আন দুখন 'সম্প্ৰদায়-আৰু-অধিভূক্ত' আসনৰ নিৰ্বাচন ২০২২ চনত অনুষ্ঠিত হ'ব। (মুঠ ৪খন)।